প্ৰথম অসমীয়া পূৰ্ণ দৈৰ্ঘ্যৰ হাস্যধৰ্মী চলচ্চিত্ৰ খনৰ নাম কি ?

প্ৰথম অসমীয়া পূৰ্ণ দৈৰ্ঘ্যৰ হাস্যধৰ্মী চলচ্চিত্ৰ খনৰ নাম হল ইটো সিটো বহুতো (১৯৬১) ।