অসমত ২০০৭ চনত অনুষ্ঠিত হোৱা ৩৩ তম ৰাষ্ট্ৰীয় ক্ৰীড়াত ভাৰতৰ কোন দলে সৰ্বাধিক সোণৰ পদক পাইছিল ?

অসমত ২০০৭ চনত অনুষ্ঠিত হোৱা ৩৩ তম ৰাষ্ট্ৰীয় ক্ৰীড়াত ভাৰতৰ চাৰ্ভিচেছ দলে সৰ্বাধিক সোণৰ পদ পাইছিল ৫৯ টা ।