ব্রিটিছে নিষিদ্ধ কৰা প্ৰথম ভাৰতীয় ছবি কোনখন ?

“ভক্ত বিদুৰ” (১৯২১ চন) নামৰ ৰাজনৈতিক পটভুমিত নির্মিত গুজৰাটী ছবিখন ।