গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত প্ৰথম অসমীয়া নাটকখনৰ নাম কি ?

গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত প্ৰথম অসমীয়া নাটকখনৰ নাম সত্যপ্ৰসাদ বৰুৱাৰ “ধৰালৈ যিদিনা নামিব সৰগ” ।