স্বাধীনতা দিৱস কাপ প্ৰতিযোগিতা (১৯৪৭) বৰদলৈ ট্ৰফী প্ৰতিযোগিতা (১৯৫২) এ.টি.পি.এ শ্বিল্ড প্ৰতিযোগিতা (১৯৫২) ডুগাৰ শ্বিল্ড ফুটবল প্ৰতিযোগিতা (১৯৬২)
Month: December 2020
ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কোনে পদক লাভ কৰিছিল ?
মিঠু বৰুৱাই (১৯৮৫ চনত লক্ষ্ণৌত) ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অসমৰ পদক লাভ কৰিছিল ।
এছিয়ান গেমছত খেলা প্ৰথমগৰাকী অসমীয়া টেনিছ কোন আছিল ?
নন্দিক বৰুৱাই এছিয়ান গেমছত খেলা প্ৰথমগৰাকী অসমীয়া ।
৩৩ তম ৰাষ্ট্ৰীয় ক্ৰাড়াৰ শ্ৰেষ্ঠ পুৰুষ আৰু মহিলা প্ৰতিযোগী কোন কোন ?
৩৩ তম ৰাষ্ট্ৰীয় ক্ৰাড়াৰ শ্ৰেষ্ঠ পুৰুষ প্ৰতিযোগী ৰেহান পুনচা (কৰ্ণাটক) শ্ৰেষ্ঠ মহিলা প্ৰতিযোগিতা ৰিচা মিশ্ৰ (দিল্লী)