জুবিন গাৰ্গৰ গীত বুকুতে বুকুখন

বুকুতে বুকুখন থৈ 

কোনেনো কান্দে

শদিয়াৰ কোলাতে বহি 

ৰভালী  ৰংদৈৰ

আধৰুৱা প্ৰেমৰ কথা 

বান্ধৈ এবাৰ শুনাহি 

শদিয়া সাবটি ঘূৰা 

লুইতৰে থৈছিল লিখি 

বুকুতে বূুৃৃকুখন থৈ 

কোনেনো কান্ধে 

শদিয়াৰ কোলাতে্ বহি 

ৰংদৈ আছিল মাথো ঐ

লুইতৰ ডেকা তই 

চৰা কৈ জাতৰে ৰঙালী

হিয়াখন উজাৰি দিলি গৈ

মিলনৰে শতৰু এই সমাজে 

মিলিবলে নিদিছিলে এই মাটিতে 

আপোনি চিতাতে জ্বলিছিল ৰং হৈ 

ৰঙালীক লুইতৰ কৰি থৈ 

বুকুতে বুকুখন থৈ

কোনেনো কান্দে 

শদিয়াৰ কোলাতে বহি 

সেয়া দূৰ কোনোবা পুৰণি 

ইতিহাসৰে পাত লুচিয়াও

প্ৰেমৰ অনুপম উপমা 

দেখি আবেগত উজুটি খাওঁ 

হয়টো বা আকাশে ঠাই দিছে 

সৰগত দুয়োটাৰে মন মিলিছে 

আহিলে আহা মোৰ সতে 

শদিয়ালৈ যাও 

ৰংদৈ ৰঙালী সমাধি চাও 

বুকুতে বুকুখন থৈ 

কোনেনো কান্দে

শদিয়াৰ কোলাতে বহি 

ৰঙালীৰ ৰংদৈৰ আধৰুৱা প্ৰেমৰ কথা 

বান্ধৈ এবাৰ শুণাহি ||

জুবিন গাৰ্গৰ গীত বুকুতে বুকুখন

বুকুতে বুকুখন থৈ 

কোনেনো কান্দে

শদিয়াৰ কোলাতে বহি 

ৰভালী  ৰংদৈৰ

আধৰুৱা প্ৰেমৰ কথা 

বান্ধৈ এবাৰ শুনাহি 

শদিয়া সাবটি ঘূৰা 

লুইতৰে থৈছিল লিখি 

বুকুতে বূুৃৃকুখন থৈ 

কোনেনো কান্ধে 

শদিয়াৰ কোলাতে্ বহি 

ৰংদৈ আছিল মাথো ঐ

লুইতৰ ডেকা তই 

চৰা কৈ জাতৰে ৰঙালী

হিয়াখন উজাৰি দিলি গৈ

মিলনৰে শতৰু এই সমাজে 

মিলিবলে নিদিছিলে এই মাটিতে 

আপোনি চিতাতে জ্বলিছিল ৰং হৈ 

ৰঙালীক লুইতৰ কৰি থৈ 

বুকুতে বুকুখন থৈ

কোনেনো কান্দে 

শদিয়াৰ কোলাতে বহি 

সেয়া দূৰ কোনোবা পুৰণি 

ইতিহাসৰে পাত লুচিয়াও

প্ৰেমৰ অনুপম উপমা 

দেখি আবেগত উজুটি খাওঁ 

হয়টো বা আকাশে ঠাই দিছে 

সৰগত দুয়োটাৰে মন মিলিছে 

আহিলে আহা মোৰ সতে 

শদিয়ালৈ যাও 

ৰংদৈ ৰঙালী সমাধি চাও 

বুকুতে বুকুখন থৈ 

কোনেনো কান্দে

শদিয়াৰ কোলাতে বহি 

ৰঙালীৰ ৰংদৈৰ আধৰুৱা প্ৰেমৰ কথা 

বান্ধৈ এবাৰ শুণাহি ||

জুবিন গাৰ্গৰ গীত জীয়া ৰে জীয়া ৰে

কব চে বুলায়ে দেকে চদায়ে ৰে 

ৰস্তা নিহাৰে দিল পলকে বিচায়ে ৰে  

উজল নিগাৰো চে 

তু কাহা কাহা আজা ৰে য়াহা 

জীয়া ৰে জীয়া ৰে লাগে না জীয়া ৰে 

জীয়া ৰে জীয়া ৰে জায়ে না জীয়াৰে 

মঞ্জৰ মঞ্জৰ ৰেত কা সাগৰ 

দিল এক প্যাচা ৰাহি 

চবসে নজাৰা এক না দেখা 

জৱচে মিলহে জুদাই 

জিঠম হু মে তু জান  হে মেৰি 

বেখুদি আচিকী হে মেৰি 

তেৰে বিন কুচ না বায়ে লৌট আ 

জীয়া ৰে জীয়া ৰে লাগে না জীয়া ৰে 

জীয়া ৰে জীয়া ৰে জায়ে না জীয়াৰে 

খুৱাৰ হাচিন জো চনজোয়ে হো  

চোৰ গয়ে চব নেনা 

পল পল মৰ কে ধলতী হে 

কালি ঘনেৰী ৰেনা…. 

জীচম হু মে তু জান হে মেৰি 

জিনে কী ৱজহ হে মেৰি 

তেৰে বিন কুচ না ভায়ে লৌট আ 

জীয়া ৰে জীয়া ৰে লাগে না জীয়া ৰে 

জীয়া ৰে জীয়া ৰে জায়ে না জীয়াৰে ।।

I LOVE YOU বুলি

I Love You  বুলি কলো মই 

তুমি চাগে নুশুলিলা 

কঠিন শিলৰে  হৃদয়  

 তোমাৰ সঁচাকে জানা 

I Need You বুলি কলোঁ মই 

তুমি  চাগে নুবুজিলা 

বলিয়া যৌৱনৰ  চাকি 

নুমাল হঠাতে জানা 

তিনি আলিতে লগ পোৱা 

দুটি মিঠা কথা 

কাজল কাজল  কাজল

চকুত সপোন দেখা 

চাইকেলত টিউচন যোৱা 

পিছে পিছে  মই যোৱা 

বেঁকাকৈ তুমি চোৱা 

তোমালৈ মই চোৱা

.তুমি চাগে পাহৰিলা 

বুকুতে যে নৰলা 

তুমি  চাগে পাহৰিলা 

বুকুতে যে নৰলা 

তুমি চাগে নুবুজিলা 

বুকুতে যে নথলা 

বুকু আজি উদাস উদাস

উদাস উদাস নৈ 

কলেজৰে কেন্টিনত 

গজা আৰু চাহ খোৱা 

সকলোৱে জোকোৱা 

আছিল জানো মিঠা 

ৰাতি ৰাতি অকলে 

তোমাৰ ফটো চোৱা 

বুকুতে সপোন  গুঠা 

আজি দেখোঁ মিছা || 

Class 12 Assamese Solution

গোট-১ঃ গদ্য

১। মোৰ মাতৃমুখ দৰ্শন(AM

২। মগনিয়াৰ – যতীন্দ্ৰ নাথ দুৱৰা

৩। আনন্দৰাম বৰুৱা – উপেন্দ্ৰ চন্দ্ৰ লেখাৰু

৪। হস্তিবিদ্যাৰ্ণৱ পুথি – ড° সূৰ্যকুমাৰ ভূঞা

৫। ভাৰতীয় আদৰ্ষত বৈৰাগ্য – তীৰ্থনাথ শৰ্মা

৬। চিঠি – শীলভদ্ৰ

৭। অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা – উপাল দত্ত

৮। বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো

গোট-২ পদ্য

১। বৰগীত (উঠৰে উঠ বাপু) – মাধৱদেৱ

২। বিশ্বখনিকৰ – মফিজুদ্দিন আহমেদ হাজৰিকা

৩। মিলন – নলিনীবালা দেৱী

৪। জনতাৰ আহ্বান – জ্যোতিপ্ৰসাদ আগৰৱালা

৫। কাঠমিস্ত্ৰীৰ ঘৰ – ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত(new)

৬। আঘোণৰ কুঁৱলী – কেশৱ মহন্ত

৭। উভতি নহাৰ কবিতা – নৱকান্ত বৰুৱা

৮। কৰুণতম – ড° নিৰ্মলপ্ৰভা বৰদলৈ

গোট-৩ ঃ কৈশোৰ শিক্ষা আৰু মূল্যবোধৰ শিক্ষা

Online exam

মূল্যবোধ-শিক্ষা ঃ ড° দুলুমণি গোস্বামী

কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা ঃ ড° স্বৰ্ণলতা দাস

গোটা- ৪ ঃঅসমীয়া ভাষাৰ ব্যাকৰণ

অসমীয়া ভাষাৰ ব্যাকৰণ ঃ

( ক) বিভক্তি ঃ ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি
( খ ) প্ৰত্যয় ঃ কৃৎ প্ৰত্যয় আৰু তদ্ধিৎ প্ৰত্যয়
( গ) জতুৱা ঠাচঁ ঃ

Modern Quiz

General Knowledge Quiz

1. What is the capital of France?

  • A. Berlin
  • B. Madrid
  • C. Paris
  • D. Rome

2. Which planet is known as the Red Planet?

  • A. Earth
  • B. Mars
  • C. Jupiter
  • D. Venus